চূড়ান্ত এন আৰ চি ত আপোনাৰ নাম কেনেকৈ চাব ?

#২৮ আগষ্ট,২০১৯
চূড়ান্ত এন.আৰ.চি. প্ৰকাশ পাবলৈ মাত্ৰ ৪৮ ঘণ্টা বাকী । অহা ৩১ আগষ্ট তাৰিখে প্ৰকাশ পাব লগীয়া  এন.আৰ.চিৰ চূড়ান্ত তালিকাত   আপোনাৰ নাম আহিছে নে  নাই সেয়া চাবলৈ এন.আৰ.চি. কতৃপক্ষই জাননী জাৰী কৰিছে । জনসাধাৰণৰ  যিকোনো সমস্যাৰ বাবে এন আৰ চি কতৃপক্ষই হেল্পলাইন নম্বৰ মুকলি কৰিছে  ।  হেল্পলাইন নম্বৰ কেইটা হৈছে - অসমৰ বাবে ১৫১০৭ আৰু বহিঃৰাজ্যৰ বাবে হেল্পলাইন নম্বৰ ১৮০০৩৪৫৩৭৬২ৰ সৈতে যোগাযোগ কৰিব পাৰিব । এন.আৰ.চি.  কৰ্তৃপক্ষৰ অফিচিয়েল ৱেবচাইট w.w.w.nrcassam.nic.in ত গৈ নিজৰ নাম চূড়ান্ত তালিকাত প্ৰকাশ পাইছে নে নাই তাক পৰীক্ষা কৰিব পাৰিব ।

Comments

Popular posts from this blog

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go