শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল , এমাহৰ ভিতৰত পাতিব লাগিব টেট পৰীক্ষা

#২৯ আগষ্ট,২০১৯
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত খালী হৈ থকা ৪০৬৭ টা পদৰ বাবে দিয়া বিজ্ঞাপন বাতিল কৰিছে । শিক্ষা বিভাগে গুৱাহাটী উচ্চ ন্যালয়ত শপতনামা আকাৰে এই কথা জনাই । ৰাজ্য চৰকাৰক একমাহৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে ‌। 

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী