কৰ্নাটকৰ আছে পৃথক ৰাজ্য পতাকা
#২৪ আগষ্ট,২০১৯
কৰ্নাটকৰ আছে পৃথক ৰাজ্য পতাকা । কৰ্নাটকৰ জনতাৰ বহুদিনিয়া দাবী এটা যোৱা বছৰ কৰ্নাটক চৰকাৰে পূৰ্ণ কৰে । যোৱা কৰ্নাটক চৰকাৰে ৮ মাৰ্চ ২০১৮ তাৰিখে কৰ্নাটক ৰাজ্যৰ বাবে এখন সুকীয়া পতাকা ঘোষণা কৰি এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে । কৰ্নাটকৰ তেতিয়াৰ মুখ্যমন্ত্ৰী চিদ্দা ৰামায়াই এক সংবাদমেল যোগেদি এই কথা সদৰী কৰে । কৰ্নাটকৰ ৰাজ্য পতাকা খন ওপৰত হালধীয়া, মাজত বগা আৰু তলত ৰঙা এই তিনিটা ৰঙেৰে গঠিত । বগা ৰঙৰ মাজত কৰ্নাটক ৰাজ্যৰ প্ৰতীক চিহ্নটো আছে । কৰ্নাটক চৰকাৰে গঠন কৰি দিয়া ৯ জনীয়া পতাকা কমিটিয়ে এই পতাকাখন প্ৰস্তুত কৰি উলিয়াইছিল । তেতিয়াৰে পৰা এই পতাকিখনে কৰ্নাটক ৰাজ্যক প্ৰতিনিধিত্ব কৰি আহিছে ।

Comments
Post a Comment