প্ৰাক্তন বৈদেশীক মন্ত্ৰী সুষমা স্বৰাজ আৰু নাই

#৭ আগষ্ট ,২০১৯
দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ আৰু নাই । যোৱা নিশা গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰাক্তন বিদেশ মন্ত্ৰীগৰাকীক এইমছলৈ নিয়া হৈছিল যদিও চিকিৎসালয়লৈ নিয়া পথতে মৃত্যু ঘটে। ৬৭ বছৰ বয়সত প্ৰাক্তন বৈদেশীক মন্ত্ৰী গৰাকীৰ হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত শেষ নিশ্বাস ত্যাগ কৰে  ।  প্ৰাক্তন বৈদেশীক মন্ত্ৰী সুষমা স্বৰাজ বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে । বুধবাৰে আবেলি ৩ বজাত লধিৰোডত ৰাষ্ট্ৰীয় মৰ্যাদাৰে  অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব । 

Comments

Popular posts from this blog

#নিযুক্তিৰ সুযোগ দিল্লী পুলিচত পদ খালী

নিযুক্তিৰ সুযোগ ,শিক্ষা বিভাগত ৪০৬৭ টা পদ খালী

টেট পৰীক্ষা দিবলৈ বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী