বেঙ্কত নিযুক্তিৰ সুযোগ, ৪৩৩৬ টা পদ খালী

#৯ আগষ্ট,২০১৯
আই.বি.পি.এচ.ৰ অধিনত থকা বিভিন্ন বেঙ্কত খালী হৈ থকা ৪৩৩৬ টা পদৰ বাবে আই.বি.পি.এচে বিজ্ঞাপন জাৰি কৰিছে । Probationary officer আৰু Menegement Trainee বিভাগত খালী হৈ থকা মুঠ ৪৩৩৬ টা পদৰ বাবে অহা ২৮ আগষ্ট ,২০১৯ ৰ ভিতৰত অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা  অনলাইযোগে আবেদন বিচৰা হৈছে ।
উক্ত পদ সমূহৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰীধাৰি হ'ব লাগিব । উপৰোক্ত সকলো পদৰ বাবে প্ৰাৰ্থীৰ বয়স চলিত বৰ্ষৰ পহিলা জানুৱাৰীলৈকে ২০ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ'ব লাগিব । অনলাইন আবেদন কৰা সময়ত সাধাৰণ শ্ৰেণী , অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী সকলে ৬০০টকা আবেদন মাচুল জমা দিব লাগিব আৰু অনুসূচীত জাতি ,অনুসূচীত জনজাতিৰ প্ৰাৰ্থী সকলে ১০০ টকা আবেদন মাচুল জমা দিব লাগিব । 

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom