তপন ডেকা হ'ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান
#২৬ আগষ্ট,২০১৯
তপন ডেকা হ'ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান । অহা ১ ছেপ্টেম্বৰত তাৰিখে ১৯৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱা বিষয়া তপন ডেকাই ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিব । তপন ডেকা বৰ্তমান আই.বিৰ উত্তৰ পূৰ্বৰ যুটীয়া সঞ্চালকৰ দ্বায়িত্বত আছে । একালৰ সদৌ অসম ছাত্র সন্থাৰ নেতাৰ তপন ডেকা এতিয়া অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দ্বায়িত্ব গ্ৰহণ কৰিব । ডেকই বৰ্তমানলৈকে কেইবাটাও ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী বিৰোধী অভিযানৰ নেতৃত্ব দিছিল । উল্লেখ যে অহা ৩১ আগষ্ট তাৰিখে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই অবসৰ গ্রহণ কৰিব ।

Comments
Post a Comment