তপন ডেকা হ'ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

#২৬ আগষ্ট,২০১৯
তপন ডেকা হ'ব ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান । অহা ১ ছেপ্টেম্বৰত তাৰিখে ১৯৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱা বিষয়া তপন ডেকাই  ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিব  । তপন ডেকা বৰ্তমান আই.বিৰ উত্তৰ পূৰ্বৰ যুটীয়া সঞ্চালকৰ দ্বায়িত্বত আছে । একালৰ সদৌ অসম ছাত্র সন্থাৰ   নেতাৰ  তপন ডেকা এতিয়া অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দ্বায়িত্ব গ্ৰহণ কৰিব ।  ডেকই  বৰ্তমানলৈকে কেইবাটাও ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী বিৰোধী অভিযানৰ নেতৃত্ব দিছিল  । উল্লেখ যে অহা ৩১ আগষ্ট তাৰিখে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই অবসৰ গ্রহণ কৰিব  ।

Comments

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom