কৃষক সকলৰ বাবে এটা সুখবৰ , লাভ কৰিব পাৰিব পেঞ্চন

#১২ আগষ্ট ,২০১৯
কৃষক সকলৰ বাবে এটা সুখৰ কৃষক সকলে এতিয়াৰে পৰা লাভ কৰিব পাৰিব পেঞ্চনৰ সুবিধা ।  প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ দ্বাৰা কৃষক সকলে লাভ কৰিব পাৰিব মাহেলী ৩০০০ টকাৰ পেঞ্চন । যোৱা ৯ আগষ্টৰ পৰা এই পেঞ্চন আঁচনিৰ বাবে আনলাইন  প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।   এই পেঞ্চন আঁচনিৰ জৰিয়তে ৬০ বছৰ অতিক্ৰম কৰা ৫ কোটি কৃষকক মাহে ৩০০০ টকা পেঞ্চন দিয়া হ'ব ।
* এই আঁচনিৰ সুবিধা আপুনি কেনেকৈ লাভ কৰিব -
১/ CSC- COMMON SERVICE CENTER ত গৈ  VLE (VILLAGE LEVEL EXTENSION) লগ কৰি অনলাইন আবেদন কৰিব পাৰিব ।
২/অনলাইন আবেদনৰ বাবে আবেদনকাৰীৰ  বয়স ১৮বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব ।
৩/ আবেদনকাৰীৰ নামত ১৫ বিঘাতকৈ অধিক ভূমি থাকিব নালাগিব ।
৪/ আবেদনকাৰী জন কোনো চৰকাৰী চাকৰিয়াল হ'ব নালাগিব ।
*কি কি নথি পত্ৰ প্ৰয়োজন হ'ব?
১/আবেদনকাৰীৰ নাম সম্বলিত প্ৰমাণ পত্ৰ ।
২/ আবেদনকাৰীৰ জন্মৰ প্ৰমাণ পত্ৰ ।
৩/ বেঙ্ক একাউণ্ট নম্বৰ।
৪/ IFSC/ MICR CODE  নম্বৰ ।
৫/ আধাৰ নম্বৰ।
৬/ মবাইল নম্বৰ ।
৭/ অন্যান্য কৃষি সম্বন্ধীয় নথি পত্ৰ ।
অধিক জানিবলৈ ওচৰৰ কৃষি বিষয়া অথবা কৃষক কল চেণ্টাৰ নম্বৰ 1800-180-1551ত যোগাযোগ কৰক ।


Comments

  1. 53 বছৰ বয়সৰ কৃষকৰ কি হব ?

    ReplyDelete

Post a Comment

Popular posts from this blog

Asam sorkar muk poshon osga Msa. Subhen Bordoloi Tarphang chela go

Mungsa Lakhinandan Bordoloi Kholar Assam Universityne phána tor shawa Doctorate degree go mána phon-ga.

North East Democratic Alliance (NEDA)ne melo Tiwa, Rabha arô Mising Autonomous Councilgo Sixth Schedule status osane khadabo tíwa hóngdom